সংৰক্ষণ
সংৰক্ষণ অনলাইন ই - বুক
১২ ঘণ্টিয়া অসম বন্ধ
১২ ঘণ্টিয়া অসম বন্ধ
NRC বিৰুদ্ধে AKRSUৰ ১২ ঘণ্টিয়া অসম বন্ধ । NRCত বাদ পৰা কোচ ৰাজবংশী সকলৰ নাম বিনাচৰ্তে অন্তৰ্ভুক্ত কৰাৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ অসম বন্ধৰ আহ্বান । টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থকসকলে ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment