আপোনাৰ আজিৰ দিনটো
১৮/০৯/২০১৯ | ভাদ্ৰ ৩১
মেষ : পৰহিতাৰ্থে চিন্তাৰ লগতে বাসত্তৱতো ত্যাগ কৰাৰ মন। কিন্তু
১৮/০৯/২০১৯ | ভাদ্ৰ ৩১
মেষ : পৰহিতাৰ্থে চিন্তাৰ লগতে বাসত্তৱতো ত্যাগ কৰাৰ মন। কিন্তু
আপোনাৰ এই উদাৰতাই বিশেষ স্বীকৃতি নিদিব। নিজৰ বিবেকৰ
নিৰ্দেশক পিচে বেছি গুৰুত্ব দিয়ক। সম্ভৱস্থলত কিবা জৰুৰী
প্রস্তুতেৰ কাৰণে সাজু হ’'ব। শৰীৰ মধ্যম। পঢ়া-শুনাত বাধাৰ
মাজেৰে শুভ। আৰ্থিকত লাভ।
বৃষ : আত্মবিশ্বাস বাঢ়িব। লগতে কিছু অহমিকাও। উপায় নাপাই যি যি
কয় তাকে নকৰিব। দাম্পত্যত সহযোগ। কিন্তু শৰীৰ উন্নত নহয়।
প্রহিক সংযোগ নিষ্ঠাৰে ৰক্ষা কৰি উপকৃত হ'ব। বিদ্যাত বেয়া নহয়।
মিথুন $ সাহসিকতাৰ অভাৱ নহয়। আনহাতে নিজৰ ভুল সিদ্ধান্তত বিপদতো
পৰিব পাৰে, যদিও উপস্থিত বুদ্ধি আৰু সাহসেৰে উদ্ধাৰ হ’ব।
মাতৃৰ মধ্যম। দাম্পত্যত হঠাৎ শৰীৰে আমনি কৰিব। ভৰিত দুখ
পাবও পাৰে। সম্ভানৰ মধ্যম। পঢ়াত ভালেই।
কৰ্কট : অৰ্থকৰী দিশত সচেতন। হাতলৈ অহা ধনে পৰিকল্পিত বাজেটত
বিশেষ সহায় নকৰিব পাৰে। বন্ধু-বৰ্গ আনকি আন লোকৰ সৈতে
কৰা ভাব বিনিময় দেখাত উন্নত আৰু দয়া-মায়াও থাকিব।
কৰ্মক্ষেত্ৰত অৱশ্যে নিশ্চিত নহয়। দৃঢ় মতবাদ। দাম্পত্যত মধ্যম।
বিৰক্তিভাব কমাওক।
সিংহ $ শৰীৰ উন্নত নহয়। তদুপৰি আচুতীয়া ব্যক্তা সৌজন্যমূলকহে
হ’ব। লাভৱান নহ'ব। সম্ভানৰ প্রতি নজৰ দিয়ক। কোনো অপৰিচিত
(লোকক সুযোগ নিদিব। ধন-সম্পদ ব্যৱহাৰত বিশেষ সাৱধানে
আগবাঢ়ক। পঢ়াত শুভ।
কন্যা : মনৰ উচ্চতাৰ লগতে সৃজনীমূলক হাস্য-ব্যংগ উক্তিত বিশেষ
পাৰদৰ্শিতা। কোনো যোগ্য মানুহৰ লগত সাক্ষাৎ। পিচে শৰীৰে
কৰা আমনিৰ পৰা সাধাৰণ সকাহ। বিদ্যাত যতু ল'লে খ্যাতি।
যোগাযোগ পৰিবৰ্তনীয় যদিও আশাপ্রদ। মাতৃৰ মধ্যম।
তুলা : শিল্প কলাৰ জ্ঞান উন্নত, লগতে এটা কৰ্ম কৰি থকাসকলৰ মান-
সন্মান লাভ। কিন্তু বৈষয়িক, সাংসাৰিক কাৰণত কিছু বাধা।
গভীৰ মানসিকতা। একাধিক জঞ্জালে আমনি কৰিবও পাৰে।
খৰচৰ কথাই নাই। অৱশ্যে পৰহিৰ পৰা কিছু সকাহ।
বৃশ্চিক : শৰীৰ বৰ উন্নত নহয় যদিও অৰ্থকৰী কিবা কাৰণত চিত্তিত দেখা
যায়। কিছুমান জটিল সমস্যাই আমনি কৰিলে ধৈৰ্যৰে মৌনতা
অৱলম্বন কৰিব। ঘৰুৱা পৰিবেশ বেয়া নহয়। বিশ্বাস-অবিশ্বাসৰ
দোমোজাত দিনটো পাৰ হ’বও পাৰে।
ধনু : সন্তানৰ ভৱিষ্যৎ চিন্তা। যুৱক সন্তানৰ শৰীৰ বৰ ভালেৰে যোৱা
টান। দাম্পত্যত অনাৱশ্যক দুশ্চিম্তা। পঢ়া-শুনাত ভালেই। মাতৃৰ
উন্নত নহয়। অকাৰণত কাকো সন্দেহ নকৰিব। পঢ়াত শুভ।
মকৰ : মন উন্নত। কৰ্মসলতো পৰিবেশ উন্নত। কিন্তু গৃহৰ দুই-এটা কাৰণত
ব্যস্ততাৰ লগতে চিন্তিত। শৰীৰ খুব উন্নত নহয়। বিদ্যাত ভালেই
দেখা যায়। ধৰ্মীয় নিষ্ঠা। কোনো সৎ লোকৰ সৈতে যোগাযোগ।
কুম্ভ : শৰীৰ মধ্যম। বয়সস্থসকলে বিষ-বেদনাত কন্ট পাব পাৰে। কিন্তু
কৰ্মতৎপৰতাৰ সৈতে যোগাযোগ নহ'ব। কৰ্মসংগীৰ সৈতে স্বকৰ্মত
প্ৰেড়না পাব। হঠাৎ কৰ্মৰ খাটিৰত ভ্ৰমণৰ আৱশ্যক হ’বও পাৰে।
সম্ভানৰ শৰীৰ উন্নত যাতে হয়, চকু ৰাখক। পঢ়াত অলপ বাধা।
মীন : ৪ মান-মৰ্যাদাৰ কাৰক বৃহস্পতি যদিও নৱম পৰ্বত দূষিত বাবে পূৰ্ণ
ফল দিয়াত অসমৰ্থ ৷ তথাপি উচ্চ শিক্ষাৰ্থীৰ অনুকুল ৷ ৰাজনীতিত
বেয়া নহ’ব। বিচাৰ-বিবেচনাতো ভালেই। দূৰযাত্ৰাৰ প্লেন কৰিলেও বৰ্তমান পাৰিলে স্থগিত ৰাখক ।মাতৃৰ মধ্যম। সন্তানৰ বেয়া নহয়।